নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটৰ টেঙাগুৰিত বিধ্বংসী অগ্নিকাণ্ডত নিঠৰুৱা এটা পৰিয়াল…

লাহৰীঘাটৰ টেঙাগুৰিত এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় আব্দুল হেকিমৰ দুটাকৈ বাসগৃহ। জুইত দুটাকৈ বাসগৃহৰ লগতে এখন R15 বাইক, নগদ ধন, সোণ-ৰূপৰ গহনা, বিভিন্ন গুৰুত্বপূৰ্ণ নথি-পত্ৰ, ধান-মৰাপাটৰ লগতে বিভিন্ন সা-সম্পত্তি ভস্মীভূত হয়। স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপিত হয় যদিও এই জুইত নিঠৰুৱা হৈ পৰে এটা পৰিয়াল।

নিয়মীয়া বাৰ্তা, ভূৰাগাঁও, ২৪ জানুৱাৰী :

You might also like