অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিয়ে আনুষ্ঠানিকভাৱে নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। দিল্লীত অনুষ্ঠিত দলৰ নিৰ্বাচনী সমিতিৰ গুৰুত্বপূর্ণ বৈঠকৰ পাছত এই তালিকাত চূড়ান্ত ছীল মোহৰ মৰা হয়। বিজেপিয়ে এইবাৰ মুঠ ৮৯খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। মিত্ৰজোঁট এনডিএৰ অংশ হিচাপে অগপ আৰু BPF-এ ক্ৰমে ২৬খন আৰু ১১খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব।
ঘোষিত তালিকা অনুসৰি-
- গোলকগঞ্জত অশ্বিনী ৰায় সৰকাৰ
- ধুবুৰীত উত্তম প্রসাদ
- বীৰছিং–জৰুৱাত মাধৱী দাস
- গোৱালপাৰা পশ্চিমত পৱিত্র ৰাভা
- দুধনৈত টংকেশ্বৰ ৰাভা
- অভয়াপুৰীত ভূপেন ৰায়
- বিজনীত অৰূপ কুমাৰ দে’
- ভৱানীপুৰ–সৰভোগত ৰঞ্জিত কুমাৰ দাস
- মন্দিয়াত বাদল চন্দ্র আর্য
- চমৰীয়াত জ্যোৎস্না কলিতা
- বকো–ছয়গাঁওত ৰাজু মেচ
- পলাশবাৰীত হিমাংশু শেখৰ বৈশ্য
- ৰঙিয়াত ভৱেশ কলিতা
- কমলপুৰত দিগন্ত কলিতা
- দিছপুৰত প্রদ্যুৎ বৰদলৈ
- নিউ গুৱাহাটীত দিপ্লুৰঞ্জন শর্মা
- গুৱাহাটী চেণ্ট্ৰেল বিজয় কুমাৰ গুপ্তা
- জালুকবাৰীত ড০ হিমন্ত বিশ্ব শর্মা
- বৰক্ষেত্রীত নাৰায়ণ ডেকা
- নলবাৰীত জয়ন্ত মল্ল বৰুৱা
- টিহুত চন্দ্রমোহন পাটোৱাৰী
- তামুলপুৰত বিশ্বজিৎ দৈমাৰী
- গোৰেশ্বৰত ভিক্টৰ কুমাৰ দাস
- টংলাত বিকন চন্দ্র ডেকা
- ছিপাঝাৰত ড০ পৰমানন্দ ৰাজবংশী
- মঙলদৈত নীলিমা দেৱী
- জাগীৰোডত পীয়ূষ হাজৰিকা
- মৰিগাঁওত ৰমাকান্ত দেউৰী
- ধিংত ডাঃ মুকুট কুমাৰ দেৱনাথ
- চামগুৰিত অনিল শইকীয়া
- বঢ়মপুৰত জিতু গোস্বামী
- নগাঁও–বটদ্রৱাত ৰূপক শর্মা
- ৰহাত শশীকান্ত দাস
- হোজাইত শিলাদিত্য দেৱ
- লামডিংত শিবু মিশ্র
- ঢেকীয়াজুলিত অশোক সিংহল
- বৰছলাত ঋতুবৰণ শর্মা
- ৰঙাপৰাত কৃষ্ণকমল তাঁতী
- নদুৱাৰত পদ্ম হাজৰিকা
- বিশ্বনাথত পল্লৱলোচন দাস
- বিহালীত মুনিন্দ্র দাস
- গহপুৰত উৎপল বৰা
- বিহপুৰীয়াত ভূপেন কুমাৰ বৰা
- ৰঙানদীত ঋষিৰাজ হাজৰিকা
- লখিমপুৰত মানৱ ডেকা
- ঢকুৱাখনাত নৱ কুমাৰ দলে
- ধেমাজিত ডাঃ ৰণোজ পেগু
- জোনাইত ভূৱন পেগু
- শদিয়াত বলিন চেতিয়া
- ডুমডুমাত ৰূপেশ গোৱালা
- মার্ঘেৰিটাত ভাস্কৰ শর্মা
- ডিগবৈত সুৰেন ফুকন
- মাকুমত সঞ্জয় কিষান
- তিনিচুকীয়াত পুলক গোহাঁই
- চাবুৱা–লাহোৱালত বিনোদ হাজৰিকা
- ডিব্রুগড়ত প্রশান্ত ফুকন
- খোৱাংত চক্রধৰ গগৈ
- দুলীয়াজানত ৰামেশ্বৰ তেলী
- টিংখংত বিমল বৰা
- নাহৰকটীয়াত তৰংগ গগৈ
- সোনাৰীত ধর্মেশ্বৰ কোঁৱৰ
- মাহমৰাত সুৰুয দিহিঙিয়া
- ডিমৌত সুশান্ত বৰগোহাঁই
- নাজিৰাত ময়ূৰ বৰগোহাঁই
- মাজুলীত ভূৱন গাম
- যোৰহাটত হিতেন্দ্র নাথ গোস্বামী
- মৰিয়নিত ৰূপজ্যোতি কুর্মী
- তিতাবৰত ধীৰাজ গোৱালা
- গোলাঘাটত অজন্তা নেওগ
- দেৰগাঁওত মৃদুল কুমাৰ দত্ত
- খুমটাইত মৃণাল শইকীয়া
- সৰুপথাৰত বিশ্বজিৎ ফুকন
- বোকাজানত সূর্য ৰংফাৰ
- হাওৰাঘাটত লুনছিং টেৰণ
- ডিফুত নিছ’ টেৰাংপি
- ৰংখাংত তুলিৰাম ৰংহাং
- আমৰিত হাবে টেৰণ
- হাফলংত ৰূপালী লাংথাছা
- লক্ষীপুৰত কৌশিক ৰায়
- উদাৰবন্দত ৰাজদ্বীপ গোৱালা
- কাটিগড়াত কমলাক্ষ দে’ পুৰকায়স্থ
- বৰখলাত কিশোৰ নাথ
- শিলচৰত ডাঃ ৰাজদ্বীপ ৰয়
- ধলাইত অমিয় কান্তি দাস
- হাইলাকান্দিত মিলন দাস
- কৰিমগঞ্জ উত্তৰত সুব্রত ভট্টাচার্য
- পাথাৰকান্দিত কৃষ্ণেন্দু পাল
- ৰামকৃষ্ণ নগৰত বিজয় মালাকাৰ
ডিজিটেল ডেস্ক, ১৯ মাৰ্চ