নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লিডু আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক দুই

  • তিনিচুকীয়া জিলাৰ লিডুত নিষিদ্ধ ড্ৰাগছসহ পৰ্টেলৰ সাংবাদিক অভিজিৎ চাংমাই আটক।
  • সন্মুখত প্ৰেছ লিখা মটৰ চাইকেলো জব্দ ।
  • লিডুৰ ৰ’দ গাঁৱৰ পৰা নিষিদ্ধ ড্ৰাগছসহ সাংবাদিক অভিজিৎ চাংমাই আটক
  • চাংমাইৰ সৈতে আটক অপু দাস নামৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী
  • দুয়োজনৰ পৰা ১৫ গ্ৰাম ড্ৰাগছসহ ১৭ হাজাৰ নগদ ধন উদ্ধাৰ ।
ধৃত অভিজিৎ চাংমাই
You might also like