নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা ঘোষণা

অৱশেষত আজি ঘোষণা কৰা হল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা। অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছত আজি সংবাদ মেলযোগে লুৰিণজ্যোতি গগৈয়ে আঠটা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰাৰ লগতে দুটা সমষ্টিৰ নাম আজি ঘোষণা কৰাৰ পৰা বিৰত থাকে।

আজি ঘোষণা কৰা প্ৰাৰ্থী তালিকাখন হল-

খোৱাং – লুৰিণজ্যোতি গগৈ

ডিব্ৰুগড়- মৈনাক পাত্ৰ

সৰুপথাৰ- জীৱন চুতীয়া

বজালী- দিলীপ বৰুৱা

বিন্নাকান্দি- ৰেজাউল কৰিম চৌধুৰী

মৰিগাঁও- বাণী দাস

পলাশবাৰী-পংকজ লোচন গোস্বামী

বঢ়মপুৰ – ৰাজেন গোহাঁই

ইফালে মধ্য গুৱাহাটী আৰু শদিয়া সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব ঘোষণা আজি কৰা নহল।

ডিজিটেল ডেস্ক, ১৭ মাৰ্চ

You might also like