নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Exclusive: লণ্ডনস্থিত আলফা(স্বা)ৰ অধ্যক্ষক শীঘ্ৰেই ভাৰতলৈ প্ৰত্যাৰ্পণৰ সম্ভাৱনা

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ: লণ্ডনস্থিত এজন চিকিৎসক তথা আলফা স্বাধীনৰ অধ্যক্ষ ড০ মুকুল হাজৰিকা ওৰফে ড০ অভিজিৎ অসমক শীঘ্ৰেই ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হ’ব পাৰে।

ইউনাইটেড কিংডমৰ নাগৰিক ড০ মুকুল হাজৰিকা ওৰফে ড০ অভিজিৎ অসমক ভাৰত চৰকাৰৰ প্ৰত্যাৰ্পণৰ অনুৰোধৰ পিছতে যোৱা কেইমাহমান ধৰি লণ্ডনত ইউকে চৰকাৰী সংস্থাসমূহে কেইবাবাৰো জেৰা কৰিছিল।

You might also like