নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত পুনৰ ৫১৫ গৰাকী লোকৰ দেহত ক’ৰোনা পজিটিভ; আক্ৰান্তৰ সংখ্যা ২২৯৮১ লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ ৰাজ্যত নতুনকৈ ১১১৭ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ ইয়াৰে ৫১৫ গৰাকী ৰোগী গুৱাহাটীৰ ৷

সুৰক্ষিত হ’বলৈ অনুগ্ৰহ কৰি ৰোগ নিয়ন্ত্ৰণৰ বিধিসমূহ মানি চলক ৷

↗️ অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা — ২২৯৮১ জন ৷
↗️ ৰাজ্যত সম্প্ৰতি ৭৭৬০ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷
↗️ সুস্থ হোৱা ৰোগীৰ সংখ্যা – ১৫১৬৫
↗️ বিয়োগ হোৱা ব্যক্তিৰ সংখ্যা – ৫৩

You might also like