চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন
- চামগুৰি ৰঙাগড়াত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন।
- চাৰিচকীয়া বাহনৰ খুন্দাত থিতাতে নিহত এজন বাইক আৰোহী।
- ৰঙাগড়াৰ চিমেণ্ট ফেক্টৰীৰ সন্মুখত সংঘটিত হয় পথ দুৰ্ঘটনাটো।
- AS 12 AF 8550 নম্বৰৰ ক্ৰেটা বাহনৰ খুন্দাত নিহত বাইক আৰোহীজন।
- নিহত যুৱক জনৰ নাম কাচেম আলী।
- নিহত কাচেম আলী নামৰ যুৱকজন ঘৰৰ পৰা কামলৈ আহি থকা অৱস্থাতে ৰঙাগড়াত সংঘটিত হয় দুৰ্ঘটনাটো।
- দুৰ্ঘটনস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ নিহত যুৱক জনক প্ৰেৰণ কৰে NMCHলৈ।
ডিজিটেল ডেস্ক, ১৮ ফেব্ৰুৱাৰী