নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাওক আপোনাৰ সমষ্টিত কেতিয়া ভোটগ্ৰহণ অনুষ্ঠিত হ’ব

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ  প্ৰথম পৰ্যায় নিৰ্বাচনঃ মনোনয়ন–পত্র দাখিলৰ অন্তিম দিন ৯ মার্চ মনোনয়ন–পত্র পৰীক্ষা ১০ মার্চ প্রার্থিত্ব প্রত্যাহাৰৰ অন্তিম দিন ১২ মার্চ

চতিয়া, বিশ্বনাথ, বিহালী, গহপুৰ, বিহপুৰীয়া, ধিং, বটদ্রৱা, ৰূপহীহাট, চামগুৰি, কলিয়াবৰ, বোকাখাত, সৰুপথাৰ, গোলাঘাট, খুমটাই, দেৰগাঁও, যোৰহাট, টীয়ক, তিতাবৰ, মৰিয়নি, আমগুৰি, থাওৰা, শিৱসাগৰ, নাজিৰা, মাহমৰা, সোণাৰি, মৰাণ, ডিব্রুগড়, লাহোৱাল, দুলীয়াজান, টিংখাং, নাহৰকটীয়া, তিনিচুকীয়া, ডিগবৈ, মার্ঘেৰিটা, মাজুলী, নাওবৈচা, লখিমপুৰ, ঢ়কুৱাখনা, ধেমাজি,
জোনাই, চাবুৱা, ডুমডুমা আৰু শদিয়া৷

দ্বিতীয় পৰ্যায় নিৰ্বাচনঃ   মনোনয়ন–পত্র দাখিলৰ অন্তিম দিন ১২ মার্চ
মনোনয়ন–পত্র পৰীক্ষা ১৫ মার্চ
প্রার্থিত্ব প্রত্যাহাৰৰ অন্তিম দিন ১৭ মার্চ
ভোটগ্রহণ হ’বলগীয়া ৩৯ সমষ্টি
ৰাতাবাৰী, পাথাৰকান্দি, কৰিমগঞ্জ উত্তৰ, কৰিমগঞ্জ দক্ষিণ, বদৰপুৰ, হাইলাকান্দি, কাটলিচেৰা, আলগাপুৰ, শিলচৰ, সোণাই, ধলাই, উদাৰবন্দ, লক্ষীপুৰ, বৰখলা, কাটিগড়া, হাফলং, বোকাজান, হাওৰাঘাট, ডিফু, বৈঠালাংছ’, কমলপুৰ, ৰঙিয়া, নলবাৰী, পানেৰী, ওদালগুৰি, মাজবাট, কলাইগাঁও, ছিপাঝাৰ, ৰহা, মঙলদৈ, দলগাঁও, জাগীৰোড, মৰিগাঁও, লাহৰীঘাট, নগাঁও, বঢ়মপুৰ, যমুনামুখ, হোজাই আৰু লামডিং

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনঃ   মনোনয়ন–পত্র দাখিলৰ অন্তিম দিন ১৯ মার্চ
মনোনয়ন–পত্র পৰীক্ষা ২০ মার্চ
প্রার্থিত্ব প্রত্যাহাৰৰ অন্তিম দিন ২২ মার্চ
ভোটগ্রহণ হ’বলগীয়া ৪০ সমষ্টি
মানকাচৰ, দক্ষিণ শালমাৰা, ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, চেঙা, ধর্মপুৰ, দুধনৈ, বকো, দিছপুৰ, ছয়গাঁও, হাজো, বিলাসীপাৰা পশ্চিম, বিলাসীপাৰা পূব, গোৱালপাৰা পূব, গোৱালপাৰা পশ্চিম, জলেশ্বৰ, গোসাঁইগাঁও, কোকৰাঝাৰ পশ্চিম, কোকৰাঝাৰ পূব, চিদলী, বিজনী, সৰভোগ, ভৱানীপুৰ, তামুলপুৰ, বৰমা, চাপাগুৰি, বঙাইগাঁও, অভয়াপুৰী পূব, অভয়াপুৰী দক্ষিণ, পাটাছাৰকুছি, বৰপেটা, জনিয়া, বাঘবৰ, সৰুক্ষেত্রী, পলাশবাৰী, জালুকবাৰী, গুৱাহাটী পূব, গুৱাহাটী পশ্চিম আৰু বৰক্ষেত্রী৷

You might also like