নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন বহুতৰ দৰে শুকুৰ আলীয়েও ত্যাগ কৰিলে দল, ক’ত এতিয়া এওঁ

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ শুকুৰ আলী। ৰাজনীতিৰ প্ৰতি তীব্ৰ আকৰ্ষণ অনুভৱ কৰা এগৰাকী ৰাজনীতিক। কিন্তু ৰাজনীতিৰ পথাৰত তেওঁৰ দীৰ্ঘদিনৰ অভিজ্ঞতা আছে যদিও কোনো এটা দলতে স্থিৰতা বেছিদিনীয়া নহয়গৈ।

ইতিমধ্যে তেওঁ বিভিন্ন দলত পদধূলা অৰ্পণ কৰি শেহতীয়াকৈ বিজেপিৰ ষ্টাৰ কেম্পাইনাৰ ৰূপে বিটিআৰ নিৰ্বাচনত প্ৰচাৰ চলাইছিল।

কিন্তু আগন্তুক বিধানসভা নিৰ্বাচনৰ আগেয়ে তেওঁ পুনৰ বিজেপি ত্যাগ কৰি যোগদান কৰিলে আম আদমী পাৰ্টীত। আপত যোগদান কৰি শুকুৰ আলীৰ পণ- ভাৰতৰ উন্নতি। ভাৰতৰ সকলো জনগণৰ উন্নতিয়েই তেওঁৰ লক্ষ্য।

You might also like