নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্দেহযুক্ত নাগৰিকৰ দ্বাৰা নগাঁৱত ভয়ংকৰ ঘটনা

  • নগাঁৱত জনজাতীয় কিশোৰীক ধৰ্ষণ সন্দেহযুক্ত নাগৰিকৰ।
  • ঘৰত পিতৃ-মাতৃ নথকা অৱস্থাত ধৰ্ষণ কিশোৰীগৰাকীক।
  • ধৰ্ষণৰ বলি এগৰাকী তিৱা জনগোষ্ঠীয় কিশোৰী।
  • নগাঁও চহৰৰ চামাদ্দাৰপট্টিত সংঘটিত হৈছে এই ঘটনা।
  • দিন-হাজিৰা কৰিবলৈ গৈছিল কিশোৰীগৰাকীৰ পিতৃ-মাতৃ।
  • শুকুৰবাৰে সন্ধিয়া সংঘটিত হয় এই ভয়ংকৰ ঘটনা।
  • কিশোৰীগৰাকীৰ পিতৃ-মাতৃক আৰক্ষীক গোচৰ নিদিবলৈকো ভাবুকি।
  • দেওবাৰে কিশোৰীগৰাকীৰ অভিভাৱকে গোচৰ দিয়ে হয়বৰগাঁও আৰক্ষী চকীত।
  • ইয়াৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পট ফাৰুক আলীক।
  • ফাৰুকৰ পৰিয়ালে সোমবাৰে নিশা কিশোৰীগৰাকীৰ পৰিয়ালক গোচৰ উঠাই ল’বলৈ ধনৰ প্ৰলোভন দিয়াৰো অভিযোগ উঠিছে।

ডিজিটেল ডেস্ক, ১৯ মে’

You might also like