নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ বছৰ আগৰ পৰাই হ’ব লাগিছিল ড্রাগছ বিৰোধী অভিযানঃ জুবিন গাৰ্গ

নিয়মীয়া বাৰ্তা ১৭ জুলাইঃ চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানৰ প্ৰশংসা কণ্ঠশিল্পী জুবিন গাৰ্গৰ। অসম আৰক্ষীয়ে ভাল কাম কৰিছে। এনে অভিযান সদায় চলিব লাগে। ১০ বছৰ পূৰ্বেই ড্রাগছ বিৰোধী অভিযান চলিব লাগিছিল বুলিও মন্তব্য জুবিন গাৰ্গৰ।

সংবাদ মাধ্যমৰ আগত কণ্ঠশিল্পীগৰাকীয়ে কয়, “নতুন চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে যি অভিযান হাতত লৈছে, সেয়া এক ডাঙৰ পদক্ষেপ। এইটো আচলতে ১০ বছৰ আগতেই হোৱা উচিত আছিল। হ’লেও এতিয়া আৰম্ভ হৈছে, এনে অভিযান সদায় চলিব লাগে। এই অভিযানৰ ফলত ড্ৰাগছৰ পৰা যুৱপ্ৰজন্মক আমি ৰক্ষা পাৰিম।”

You might also like