নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামতা আমনিৰ বাবাৰ থান শ্মশান ঘাটত মৰ্মান্তিক ঘটনা

  • নলবাৰীৰ চামতাৰ সমীপৱৰ্তী আমনিত শোকাৱহ ঘটনা।
  • দুই কিশোৰৰ সলিল সমাধি।
  • বুঢ়াদিয়া নৈত গা ধুবলৈ গৈ মৃত্যু হয় দুই কিশোৰৰ।
  • মৃত্যুক আঁকোৱালি লোৱা এজন দশম শ্ৰেণীৰ ছাত্ৰ নয়ন বৰ্মন।
  • আনজন নৱম শ্ৰেণীৰ ছাত্ৰ ৰূপম বৰ্মন।
  • এই শোকাবহ ঘটনা সংঘটিত হয় আমনিৰ বাবাৰ থান শ্মশান ঘাটত।

ডিজিটেল ডেস্ক, ৯ জুলাই

You might also like