নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজি জিলা সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান

    • পিতৃ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড।
    • ধেমাজি জিলা সত্ৰ ন্যায়াধীশ আদালতৰ ৰায়দান।
    • পিতৃক হত্যা কৰা পুত্ৰক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়।
    • নিজ পিতৃক হত্যা কৰা বিপিন গগৈক যাৱজ্জীৱন কাৰাদণ্ড।
    • লগতে ১০ টকাৰ জৰিমনা বিহে ধেমাজি আদালতে।
    • ২০২১ চনত চিলাপথাৰত সংঘটিত হৈছে এই জঘন্য কাণ্ড।
    • চিলাপথাৰ আৰক্ষী থানাত ৰুজু হৈছিল ৩৬৩/২০২১ নং গোচৰ।
    • গোচৰৰ ভিত্তিত ৩০২/৩৪ IPC ধাৰাত দোষী সাব্যস্ত কৰে আদালতে।

 

ডিজিটেল ডেস্ক, ২ জুন

You might also like