নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ বশিষ্ঠত চাঞ্চল্যকৰ ঘটনা

  • মহানগৰীৰ বশিষ্ঠত চাঞ্চল্যকৰ ঘটনা ।
  • একেখন বিদ্যালয়ৰে চাৰি গৰাকীকৈ ছাত্ৰী নিখোজ ।
  • বশিষ্ঠ বেহাৰবাৰী অঞ্চলৰ আছিল ছাত্ৰী কেইগৰাকী।
  • বেলতলা মাঝিপাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰী আছিল।
  • ৰাতিপুৱা বিদ্যালয়লৈ আহি নিখোজ হৈ আছে ছাত্ৰী কেইগৰাকী।
  • সম্প্ৰতি বশিষ্ঠ আৰক্ষীৰ কাষ চাপিছে অভিভাৱকসকল।
  • পুৱা ৮ বজাতে বিদ্যালয়লৈ অহা ছাত্ৰী কেইগৰাকী মাজ নিশালৈ নিজ গৃহলৈ উভতি নহাৰ বাবে পৰিয়ালৰ মাজত  হাহাকাৰৰ সৃষ্টি হৈছে।

ডিজিটেল ডেস্ক, ২ জুন

You might also like