- এইবাৰ তিনি AIUDF বিধায়কে যোগ দিব অসম গণ পৰিষদত।
- ইতিমধ্যে AIUDF ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে বিধায়ক কৰিম উদ্দিন বৰভূঞাই।
- দল এৰিব AIUDFৰ বিধায়ক জাকিৰ হুছেইন লস্কৰ, নিজামুদ্দিন চৌধুৰীয়ে।
- অসম গণ পৰিষদলৈ আহিব কংগ্ৰেছী বিধায়ক ছিদ্দিক আহমেদো।
- দুই এদিনৰ ভিতৰতে হব আনুষ্ঠানিক যোগদান।
ডিজিটেল ডেস্ক, ৫ মাৰ্চ