মেষ- সামাজিক সংযোগত কিছু উন্নত ফল৷ বিদ্যাত মধ্যম৷ শৰীৰ সম্পর্কে সাধাৰণ চিন্তা থাকিব৷ আগন্তুকৰ বাবে উৎকণ্ঠা তথা উৎসাহ৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷
বৃষ- কর্মস্থানত বিশেষ জটিলতা দেখা নাযায়৷ আর্থিকত বিশেষ সমস্যা নহ’লেও খৰচ ৰোধ কৰাটো টান হ’ব৷ ব্যৱসায়ত ব্যস্ততা থাকিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৩৷
মিথুন- কিছু উদ্বিগ্ণতা৷ দুটাৰ পিছত ধীৰে ধীৰে উন্নত৷ প্রিয় বন্ধু–বান্ধৱৰ সংগত সুখ৷ বিদ্যাতো মধ্যম৷ শৰীৰ সম্পর্কীয় ভাবনা থাকিব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫৷
কর্কট- আর্থিক সর্ম্পকীয় কোনো সমস্যাৰ হয়তো কিবা সিদ্ধান্ত হ’ব পাৰে৷ ব্যৱসায়িক উন্নতিৰ কাৰণে কর্মস্থানত ব্যস্ততাৰ সুফল৷ পাৰিবাৰিক অস্থিৰতা থাকিব৷ শুভ ৰং ক’লা, শুভ সংখ্যা ২৷
সিংহ- শাৰীৰিক আৰু মানসিক উদ্বেগ এৰাব পৰা টান হ’ব৷ উৎপাদিত সামগ্রীৰ কিছু লোকচান৷ নিবনুৱাৰ আশা পূৰ হোৱাৰ সুযোগ৷ শুভ ৰং কমলা বা ৰঙা, শুভ সংখ্যা ৭৷
কন্যা- কর্মস্থানত আপোনাৰ যোগ্যতা প্রতিপন্ন হ’ব৷ কোনো চেষ্টাকাৰীয়ে নতুন সংস্থাপনৰ বাবে আশা কৰিব পাৰে৷ ঘৰুৱাত বিশেষ সমস্যা নাই৷ শুভ ৰং কমলা, শুভ সংখ্যা ৫৷
তুলা- শৰীৰৰ মানসিক উদ্বেগ আদিত ভুগিব পাৰে৷ ভাই–ভনীৰ বাবে দুশ্চিন্তা আঁতৰিব৷ কর্মস্থানত উদ্বেগ সামান্য থাকিব৷ শুভ ৰং পাতল সেউজীয়া, শুভ সংখ্যা ৪৷
বৃশ্চিক- দিনটোত কোনো কাৰণে শুভ বুদ্ধিৰ উদয় হ’ব৷ সন্তানৰ বাবে দায়িত্ব বৃদ্ধি পাব৷ পঢ়া–শুনাত বেয়া ফল দেখা নাযায়৷ বৈবাহিক জীৱনত মতবিৰোধ৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৮৷
ধনু- কোনো আৱেগসংকুল কথাত যাতে মন বিমর্ষিত হ’ব নালাগে সাৱধান হওক৷ স্ব–ব্যৱসায় আদি নিৰাশ হ’ব নালাগিব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৭৷
মকৰ- কর্মস্থানত নিজৰ মতবাদৰ ওপৰত প্রাধান্য দিয়ক৷ আনৰ ওপৰত বেছি নির্ভৰ নকৰিব৷ মামলা মোকর্দমাত জড়িত হ’ব পাৰে৷ শুভ ৰং পাতল সেউজীয়া, শুভ সংখ্যা ৪৷
কুম্ভ- আর্থিক উন্নতিৰ বাবে পথ মুকলি হ’ব পাৰে৷ শিল্পকলা, চিত্রকলা আদিত দক্ষতা দেখুৱাব পাৰিব৷ বিদ্যালাভ৷ কর্মযোগ তথা আর্থিক ক্ষেত্রত শুভ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৯৷
মীন- আজিৰ দিনটোত দুই এটা নিদাৰুণ সংযোগ বা সংসাৰৰ উন্নতি দেখিব৷ কিছুমান নিশ্চিত ফলৰ আশাত নিজে মন কৰা আঁচনিত খ্যাতি লাভ কৰিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৬৷
You might also like