নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ কর্মত উন্নতিৰ যোগ৷ নিবনুৱাৰ কর্মসংস্থাপন৷ সংঘাট আঁতৰিব৷ শুভ ৰং পাতল নীলা৷ শুভ সংখ্যা ৪৷

বৃষঃ কামৰ ব্যস্ততা বাঢ়িব৷ আর্থিক উন্নতি৷ শিৱ মন্দিৰ দর্শন কৰক৷ খং কমাওক৷ বিদ্যাত মধ্যম৷ শুভ ৰং চাৰি৷ শুভ সংখ্যা ২৷

মিথুনঃ কার্যক্ষেত্রত উন্নতি৷ অর্থ লাভৰ যোগ৷ ভ্রমণত মাধ্যম৷ পাৰিলে তিতা নাখাব৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ৫৷

কর্কটঃ ৰাজনীতিৰ লগত জড়িত ব্যক্তিৰ ব্যস্ততা বৃদ্ধ৷ আর্থিক উন্নতি৷ কর্মব্যস্ততা বৃদ্ধি৷ খং নকৰিব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৩৷

সিংহঃ ৰবি গ্রহৰ প্রভাৱত শাৰীৰিক মানসিক শক্তি বৃদ্ধি৷ হনুমানৰ পূজা কৰিব৷ আর্থিক উন্নতি বৃদ্ধি৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৪৷

কন্যাঃ কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি৷ ভ্রমণত শুভ৷ শৰীৰৰ প্রতি যত্ন লওক৷ শত্রু নাশ৷ শুভ ৰং গোলপীয়া৷ শুভ সংখ্যা ৩৷

তুলাঃ আত্মনির্ভৰশীল হ’ব পাৰিব৷ বগলা দেৱী পূজা কৰক সংযম ৰক্ষা পৰিব৷ ভ্রমণত মধ্যম৷ অর্থলোভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৯৷

বৃশ্চিকঃ সা–সম্পত্তি ক্রয় কৰিব পাৰিব৷ শিল্পী কলা কৌশলীৰ জড়িত ব্যক্তিৰ উন্নতি৷ যানবাহনৰ পৰা সাৱধান৷ শুভ ৰং ক্রীম৷ শুভ সংখ্যা ৬৷

ধনুঃ ধীৰ–স্থিৰ সৌভাগ্যশালী হোৱাৰযোগ৷ হনুমান চালিচা পাঠ কৰক৷ শত্রু নাশ৷ কর্মত উন্নতি৷ শুভ ৰং পাতল নীলা৷ শুভ সংখ্যা ২৷

মকৰঃ হতাশা আঁতৰি৷ গহীন ভ্রমণপ্রিয়৷ চিন্তাশীল লোক হিচাপে খ্যাতি৷ কর্মত মাধ্যম৷ প্রেমত শুভ৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ৪৷

কুম্ভঃ ধার্মিক দিক প্রকাশ৷ হতাশা আঁতৰিব৷ সৎ আৰু গুণী লোকৰ সান্নিধ্য পাব৷ মনত দুচিন্তা নাৰাখিব৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ২৷

মীনঃ কর্মোন্নতি৷ বন্ধুৰ পৰা দূৰত থাকক৷ পুৰণি ৰোগে কষ্ট দিব পাৰে৷ খরচ বৃদ্ধি৷ ভ্রমণত শুভ৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ১৷

You might also like