নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৬ জুন, জেঠ মাহৰ ২২ তাৰিখ
মঙলবাৰঃ তিথি–কৃষ্ণা দ্বিতীয়া, নক্ষত্রঃ পূর্বাষাঢ়া, যাত্রাঃ নাই

মেষঃ আর্থিক দিশত বেছি বাধা নাপাব ৷ দৈহিক দিশত বিষ–বেদনা থাকিব ৷ প্রেম–প্রণয়ত সাৱধান ৷
বৃষঃ কর্মক্ষেত্রত সৰু–সুৰা বাধা আহিব পাৰে ৷ দিনটোত আর্থিক সমস্যা থাকিব ৷ বিদ্যাত যত্ন লোৱাটো আৱশ্যক ৷
মিথুনঃ শৰীৰ প্রায় অনুকূলমুখী ৷ বিদ্যাত যত্নৱান হওক। অযথা কামত সময় নষ্ট নকৰাই ভাল ৷ আর্থিকত শুভ ফল পাব। ব্যৱসায়ত মধ্যম উন্নতি ৷ সন্তানসম্ভৱা মহিলাসকল সাৱধান থাকিব ৷
কর্কটঃ ধন হাতলৈ আহিলেও পর্যাপ্ত নহ’ব ৷ কর্মক্ষেত্রত শুভ ফল পাব ৷ শৰীৰ আৰু পৰিৱেশ কিছু প্রতিকূল থাকিব ৷
সিংহঃ আর্থিকত বাধা নাপাব। শাৰীৰিক দিশত জ্বৰ, কাহ, পেটৰ অসুখত ভুগিব পাৰে ৷ ব্যৱসায়ত শুভ ফল পাব ৷ বিদ্যাত যত্ন লোৱাটো আৱশ্যক ৷
কন্যাঃ দিনটো উন্নত নহ’ব পাৰে ৷ ঘৰুৱা কাৰণত মন বেয়া হ’ব পাৰে ৷ আগন্তুকৰ বাবে দুশ্চিন্তা নকৰাই ভাল ৷ দাম্পত্যত শুভ ৷
তুলাঃ একাধিক কথাত মন বিক্ষিপ্ত থাকিব ৷ কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব ৷ প্রেমত বাধা, ঘৰুৱা শুভ ৷
বৃশ্চিকঃ পুৱাৰ ভাগত মনটোত উদ্বেগ দেখা যায় ৷ ভ্রমণ কৰিব পাৰে ৷ পৰাপক্ষত স্পষ্টভাষী হ’বলৈ চেষ্টা কৰক ৷ প্রেমত শুভ ৷
ধনুঃ ব্যৱসায়ত মধ্যম ৷ শাৰীৰিক দিশত দুর্বলতা থাকিব ৷ সন্তানৰ শুভ ৷ প্রেমত অস্থিৰতা থাকিব ৷ দাম্পত্যত মধ্যম ৷
মকৰঃ কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰি ৰাখিব ৷ আর্থিকত বেয়া নহ’ব ৷ প্রেমপ্রীতিত আন্তৰিকতা ৷
কুম্ভঃ দিনৰ ১২ বজাৰ পিছত কিছু ফৰকাল অনুভৱ কৰিব ৷ ব্যৱসায়ত মধ্যম ৷ দাম্পত্যত মতানৈক্য সৃষ্টি ৷ বিদ্যাত শুভ ৷
মীনঃ ঘৰুৱা পৰিৱেশ অনুকূল ৷ কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব ৷ শৰীৰ বেয়া নাযাব ৷ প্রেমত শুভ ৷

You might also like