নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৭ মাৰ্চ : আজিৰ দিনটোৰ ৰাশিফল

আজি ২৭ মার্চ, চ’ত মাহৰ ১২ তাৰিখ
শুকুৰবাৰ : তিথি–শুক্লা নৱমী, নক্ষত্র : পুনর্বসু, যাত্রা : শুভ

মেঘ : আজি আনে প্রশংসা কৰিব৷ ভাগ্যৰ পৰিৱর্তন হ’ব৷ ব্যৱসায়-বাণিজ্যত উন্নতি৷ বিদ্যাত শুভ৷ প্রেমত সাৱধান৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৯৷

বৃষ : আজি কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব ৷ সন্তানৰ পৰা আনন্দ পাব৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ বিদ্যাত বাধা৷ প্রেমত সন্দেহ৷ শুভ ৰং চিলভাৰ, শুভ সংখ্যা ৬৷

মিথুন : আজি আনক সহজে সকলো কথা খুলি নক’ব৷ বিদ্যার্থীসকলে ভবা মতে ফল নাপাব৷ ব্যৱসায়ত সফলতা লাভ৷ প্রেমত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷

কর্কট : আজি ঘৰত আলহী অহাৰ সম্ভাৱনা৷ সন্তানৰ বাবে চিন্তা থাকিব৷ যান–বাহনৰ পৰা সাৱধান৷ মানসিক অশান্তি হ’ব পাৰে৷ শুভ ৰং পার্পুল, শুভ সংখ্যা ৭৷

সিংহ : আজি গোপন শত্রু বৃদ্ধি পাব৷ পিতৃৰ শৰীৰৰ কাৰণে চিন্তা থাকিব৷ মাটি, সম্পত্তি লাভৰ যোগ৷ প্রেমত আনন্দ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৯৷

কন্যা : আজি দাম্পত্যত অন্য লোকৰ পৰা সমস্যা হ’ব৷ বিদ্যাৰ ক্ষেত্রত শুভ৷ খৰচৰ মাত্রা বৃদ্ধি৷ প্রেমত সন্দেহ৷ শুভ ৰং বগা, শুভ সংখ্যা ৫৷

তুলা : আজি মূল্যৱান সম্পদ লাভ৷ শৰীৰত আঘাত পাব পাৰে৷ মাতৃৰ শুভ৷ ব্যৱসায়ত বাধা৷ শুভ ৰং বগা, শুভ সংখ্যা ৯৷

বৃশ্চিক : আজি কর্মস্থানত সহকর্মীৰ পৰা সহায় লাভ৷ স্বাস্থ্য উন্নতি৷ পাৰিবাৰিক দিশত শান্তি বজাই ৰাখিব৷ শুভ ৰং সেডজীয়া, শুভ সংখ্যা ৮৷

ধনু : আজি পিতৃ–মাতৃৰ স্বাস্থ্যক লৈ চিন্তা থাকিব৷ মানসিক অশান্তি পাব পাৰে৷ যৌথ ব্যৱসায়ত লাভ৷ প্রেমত মধ্যম৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৪৷

মকৰ : আজি ছাত্র–ছাত্রীৰ সুনাম বৃদ্ধি৷ টকা–পইচাৰ লেনদেনত সাৱধান৷ কর্মক্ষেত্রত পদোন্নতিৰ যোগ৷ শৰীৰ অশুভ৷ প্রেমত কষ্ট৷ শুভ ৰং কমলা, শুভ সংখ্যা ৭৷

কুম্ভ : আজি কর্মস্থানত সহকর্মীৰ পৰা সতর্ক থাকিব৷ শিল্পীৰ সুনাম বৃদ্ধি৷ নিবনুৱাসকলৰ কর্মপ্রাপ্তিৰ যোগ৷ বিদ্যাত শুভ৷ প্রেমত শুভ৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ২৷

মীন : আজি ভাতৃৰ পৰা সহায় লাভ৷ ব্যৱসায়-বাণিজ্যত বাধা পাব৷ আর্থিকত সমস্যা৷ বিদ্যাত নতুন সুবিধা লাভ৷ শুভ ৰং পিংক, শুভ সংখ্যা ১৷

You might also like