নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২ জুলাই, আহাৰ মাহৰ ১৭ তাৰিখ
বৃহস্পতিবাৰ : তিথি– দ্বিতীয়, নক্ষত্র : উত্তৰাষাঢ়া, যাত্রা : নাই

মেষ : আজি পুৰণি কোনো কামৰ চেষ্টাৰ সুফল পাব৷ কর্তব্যপৰতা বৃদ্ধি৷ পূব দিশত ভ্রমণ নকৰিব৷ ব্যৱসায়ত ব্যয় বৃদ্ধি৷ ভয় শংকা বৃদ্ধি পাব৷ শুভ ৰং – নীলা, শুভ সংখ্যা – ২

বৃষ : আজি বন্বুূৰ পৰা উৎসাহ পাব৷ কর্মক্ষেত্রত মধ্যম৷ আঁকোৰগোজ মনোভাৱে ক্ষতি কৰিব পাৰে৷ শুভ ৰং – ক্রীম, শুভ সংখ্যা – ৬

মিথুন : আজি জ্ঞানী বা সৎ লোকৰ সান্নিধ্য লাভ কৰিব৷ কর্মত মধ্যম৷ নিবনুৱা কর্মসংস্থাপনৰ যোগ৷ মূল্যবান সম্পদ লাভ৷ শুভ ৰং – ৰঙা, শুভ সংখ্যা – ৩

কর্কট : আজি পৰিশ্রমৰ উপযুক্ত মর্যাদা পাব৷ ব্যৱসায় বাণিজ্যত ডন্নতি৷ শৰীৰৰ কিছু বিষ অনুভৱ হ’ব পাৰে৷ বিদ্যাত মধ্যম৷ শুভ ৰং – কমলা, শুভ সংখ্যা – ৯

সিংহ : আজি আয় বৃদ্ধি পাব৷ কর্মস্থানত কিছু জটিলতা থাকিব পাৰে৷ আনৰ পৰা প্রশংসা পাব৷ ঘৰুৱা দিশত মধ্যম৷ অর্থ লাভ হ’ব৷ শুভ ৰং– সেউজীয়া, শুভ সংখ্যা – ৮

কন্যা : ৰাজনৈতিক আৰু সামাজিক দিশত সুফল পাব৷ দূৰ ভ্রমণৰ যোগ৷ কর্মক্ষেত্রত উন্নতি৷ পাৰিবাৰিক শান্তি৷ শুভ ৰং – কমলা, শুভ সংখ্যা – ৯

তুলা : কর্মস্থানত ডন্নতি হ’ব৷ বন্বুূৰ পৰা উৎসাহ পাব৷ কার্য কৰি চিন্তা হ’ব৷ পূব দিশত ভ্রমণ নকৰিব৷ শুভ ৰং – ধূসৰ, শুভ সংখ্যা – ৪

বৃশ্চিক : আজি শত্রুৰ সংখ্যা বৃদ্ধি হ’ব৷ যান–বাহন ক্রয় কৰিব পাৰিব৷ পানীৰ পৰা সাৱধান৷ কর্মত উন্নতি৷ শুভ ৰং – হালধীয়া, শুভ সংখ্যা – ৮

ধনু : আজি কার্যসিদ্ধি হ’ব৷ সৎ আৰু গুণী লোকৰ সান্নিধ্যৰ পৰা সুফল পাব৷ খৰচবৃদ্ধি হ’ব৷ মামলা – মোকর্দমাৰ দিশত জয় লাভ৷ শুভ ৰং – গুলপীয়া, শুভ সংখ্যা – ৬

মকৰ : আজি কর্মক্ষেত্রত সন্মান বৃদ্ধি হ’ব৷ সামাজিক দিশত নিষ্ঠা আৰু সততা বৃদ্ধি৷ প্রেমত শুভ৷ পাৰিবাৰিক দিশত শান্তি লাভ৷ শুভ ৰং – মেৰুণ, শুভ সংখ্যা – ২

কুম্ভ : আজি কর্ম যোগ্যতা বৃদ্ধি হ’ব৷ আপোনাৰ সফলতাৰ বাবে আনে আপোনাক আঘাত কৰিব পাৰে৷ খৰচ বৃদ্ধি হ’ব৷ শুভ ৰং– বেঙুনীয়া, শুভ সংখ্যা– ১

মীন : আজি শুভ কাম পুৱাৰ ভাগত সম্পন্ন কৰিব৷ যান বাহনত যাত্রা কৰিলে কষ্ট হ’ব পাৰে৷ আপোনাৰ ধৈর্য,শান্তি, উদাৰতা প্রকাশ পাব৷ বিদ্যাত মধ্যম৷ শুভ ৰং বগা, শুভ সংখ্যা – ৩

You might also like