আজি ১৩ এপ্রিল, চ’ত মাহৰ ২৯ তাৰিখ
সোমবাৰ : তিথি–কৃষ্ণা একাদশী, নক্ষত্র : ধনিষ্ঠা, যাত্রা : শুভ
মেষ : আজি আর্থিক ক্ষেত্রত ডন্নত পৰিৱেশ৷ দিনৰ ১২ বজাৰ পিছতহে যাত্রা কৰিব৷ দাম্পত্যত শুভ৷ বিদ্যাত উন্নতি৷ প্রেমত সাৱধান৷ শুভ ৰং হালধীয়া, শুভ ৰং ২৷
বৃষ : আজি কর্মক্ষেত্রত জটিলতা আছে৷ পৰাপক্ষত যাত্রা নকৰাই ভাল হ’ব৷ ব্যৱসায়ত সফলতা লাভ কৰিব৷ বিদ্যাত বাধা৷ প্রেমত শুভ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৬৷
মিথুন : আজি শুভ কাম আৰম্ভ কৰিব পাৰে৷ নতুন ব্যৱসায়ৰ আৰম্ভ কৰিব পাৰিব৷ বিবাহৰ যোগাযোগত বাধা৷ প্রেমত মতবিৰোধ৷ শুভ ৰং কমলা, শুভ সংখ্যা ১৷
কর্কট : আজি ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব৷ পুৱা যাত্রা কৰিব পাৰে৷ সহযোগী বন্বুূৰ পৰা আনন্দ পাব৷ বিদ্যাত মনোযোগৰ দৰকাৰ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩৷
সিংহ : আজি কর্মক্ষেত্রত সফলতাৰ বাবে যথেষ্ট কৰিব লাগিব৷ যাত্রা সন্ধিয়া পাঁচ বজাৰ পিছত নকৰিব৷বন্বুূবর্গৰ পৰা সহায় লাভ কৰিব৷ প্রেমত সাৱধান৷ শুভ ৰং গুলপীয়া শুভ সংখ্যা ৫৷
কন্যা : আজি পাৰিবাৰিক জীৱনত স্বামী–স্ত্রীৰ মাজত মতানৈক্য হ’ব পাৰে৷ পৰাপক্ষত যাত্রা নকৰাই ভাল হ’ব৷ নতুন ব্যৱসায়ৰ আৰম্ভ কৰিব পাৰে৷ শুভ ৰং বগা, শুভ সংখ্যা ৭৷
তুলা : আজি কর্মক্ষেত্রত ডন্নতিৰ যোগ আছে৷ কোনো সমস্যাৰ সমাধান হ’ব৷ যাত্রাৰ বাবে শুভ৷ ব্যৱসায়–বাণিজ্যত লোকচানৰ সম্ভাৱনা৷ প্রেমত ডৎসাহ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ২৷
বৃশ্চিকঃ আজি ব্যৱসায়ত কঠিন পৰিশ্রমৰ অন্তত দিনটোত সফলতা৷ বিদ্যার্থীসকলৰ শুভ ফল৷ ভ্রমণত বাধা৷ বিবাহৰ যোগাযোগত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮৷
ধনুঃ আজি কর্মস্থানত নিজৰ অস্তিত্ব বজাই থাকিব৷ পুৰণি ৰোগৰ উপশম ঘটিব৷ পুৱাৰ ভাগত যাত্রা কৰিব৷ প্রেমত বিশ্বাসঘাতকতা৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৩৷
মকৰঃ আজি উত্তৰ দিশত যাত্রা নকৰিব৷ বিদ্যাত শুভ৷ শৰীৰ মধ্যম৷ আর্থিকত উন্নতি বৃদ্ধিৰ যোগ৷ ব্যৱসায়ত বাধা৷ সন্তানৰ প্রতি লক্ষ্য ৰখা উচিত৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ২৷
কুম্ভঃ আজি ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব৷ ঘৰুৱাত শুভ৷ বন্বুূৰ পৰা সতর্ক থাকিব৷ বিদ্যার্থীসকলে ভবা মতে ফল নাপাব৷ প্রেমত শুভ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৮৷
মীনঃ আজি কথা–বতৰাত সতর্কতাৰ প্রয়োজন৷ বিদ্যাত শুভ৷ যাত্রাৰ বাবে শুভ৷ ঘৰলৈ আলহীৰ আগমনৰ ফলত মন আনন্দিত হ’ব৷ প্রেমৰ ক্ষেত্রত সুখী হ’ব নোৱাৰিব৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৪৷