নিয়মীয়া বাৰ্তা, ভূৰাগাঁও, ১৪ ফেব্ৰুৱাৰীঃ মৰিগাঁৱৰ ভূৰাগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগচসহ দুজন সৰবৰাহকাৰীক আটক কৰা হৈছে। ভূৰাগাঁও আৰক্ষীৰ অভিযানত আটক হোবা ড্ৰাগচ সৰবাহকাৰী কেইজনৰ নাম হাফিজুৰ ৰহমান (২২) আৰু ছাদ্দাম হুছেইন (২৫) । ধৃত সৰবৰাহকাৰী দুজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ২৯ টা ড্ৰাগছ ভৰ্তি কনটেনাৰ। উদ্ধাৰ হোবা ড্ৰাগচ খিনিৰ পৰিমাণ ৩৭.১৮ গ্ৰাম।
Prev Post
Next Post