নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেঁপাহৰ ভোগালীত উমাল অসমীয়া

🔹 আজি মাঘ বিহুৰ উৰুকা 🔹 শিপা বিচাৰি ঘৰমুৱা বহিঃস্থানত কর্মৰত বিশেষ বাৰ্তা, ১৩ জানুৱাৰী : আজি উৰুকা৷ ভোগালীক ভোগসর্বস্ব কৰি বছৰটোলৈকে ভোগমুখী হোৱাৰ আশা বুকুত বান্ধি প্রস্তুতি সম্পূর্ণ কৰিছে অসমীয়াই৷ বাপতিসাহোন তিনিটি বিহুৰ অন্যতম ভোগালীৰ…

ভোগালীৰ উছাহ

ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্রস্তুতি চলিছে সমগ্র ৰাজ্যখনত৷ অসমীয়াৰ প্রাণৰ উৎসৱ ভোগালী বিহুৰ বাবে ইতিমধ্যে গাঁও–ভূঁই সকলোতে আৰম্ভ হৈছে উৎসৱৰ পৰিৱেশ৷ আজি উৰুকা৷ উৰুকাৰ ভোজ–ভাতৰ বাবে ইতিমধ্যে অসমীয়া সমাজত চলিছে পূর্ণ প্রস্তুতি৷ অসমীয়া…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৩ জানুৱাৰী, পুহ মাহৰ ২৮ তাৰিখ সোমবাৰ : তিথি–শুক্লা পূর্ণিমা, নক্ষত্র : আর্দ্রা, যাত্রা : নাই মেষ : সাৱধানে দিনটো পাৰ কৰক৷ দৰকাৰী কামত অৱহেলা নকৰিব৷ শৰীৰ বৰ ভালেৰে নাযাব পাৰে৷ বিদ্যাত মজলীয়া ফল৷ খাদ্যাদিত যত্ন লওক৷ প্রেম বিবাদ৷ শুভ…

অসমৰ পৰ্যটন উদ্যোগৰ নৱতম সম্ভাৱনা কালদিয়া বনানী

কল্যাণ কলিতাৰ প্ৰতিবেদনঃ সময়ৰ লগে লগে সলনি হৈছে মানুহৰ চিন্তাধাৰাৰ৷ এটা সময়ত উপযুক্ত ব্যৱহাৰৰ অভাৱত বজালীৰ অতি পিছপৰা ঠাই হিচাপে পৰিচিত বালাপাৰা অঞ্চলৰ কালদিয়া নৈৰ পাৰৰ জয়াল ঠাইসমুহ এলাগী হৈ পৰি ৰৈছিল৷ কিন্তু আজি নিষ্ঠা, শ্ৰম আৰু…

বগৰীবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ লাইখুঁটা স্থাপন

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰী : শিক্ষাই হ'ল জাতিৰ মেৰুদণ্ড, শিক্ষাই একোটা অঞ্চলক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰে। আন্ধাৰৰ পৰা পোহৰলৈ অহাৰ একমাত্ৰ মাধ্যম হৈছে শিক্ষা। সেয়ে একোখন শিক্ষানুষ্ঠান এটা এটা বিদ্যা মন্দিৰ। য'ত মানৱ সম্পদৰ বিকাশ হৈ…

চিকিৎসা শিক্ষা সঞ্চালকালয়ত ২,৪৭৩টা পদৰ বিজ্ঞাপন

🔹 আবেদনৰ অন্তিম তাৰিখ ১৬ জানুৱাৰী চিকিৎসা শিক্ষা সঞ্চালকালয়, অসমৰ তৰফৰ পৰা ২,৪৭৩টা গ্রেড–৩ (টেকনিকেল/ননটেকনিকেল) পদৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

হেকৰা মিলনপুৰ বজাৰ উন্নয়ন সমিতিৰ সোণালী জয়ন্তী উদযাপন

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰী : কামৰূপ আৰু গোৱালপাৰা জিলাৰ সীমামূৰীয়া হেকৰা মিলনপুৰ বজাৰ উন্নয়ন সমিতিৰ গৌৰৱোজ্বল সোণালী জয়ন্তী মহোৎসৱ দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয় | কাৰ্যসূচীৰ আজি অন্তিম দিনটোৰ পুৱা এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা…

বেংক অৱ বৰোদাত ১,২৬৭ পদ মুকলি

🔹 আবেদনৰ অন্তিম তাৰিখ ১৭ জানুৱাৰী বেংক অৱ বৰোদাত খালী হোৱা যথেষ্টসংখ্যক বিষয়াৰ পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

জিৰণি বিচাৰিছিল তাৰকা খেলুৱৈ ৰাহুলে : ছুটী নিদিয়ে বিচিচিআয়ে

নিউজ ডেস্ক, ১২ জানুৱাৰী : ভ্রমণকাৰী দল ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া সীমিত অভাৰৰ শৃংখলাটোত জিৰণি ল’ব বিচাৰিছিল টীম ইণ্ডিয়াৰ তাৰকা খেলুৱৈ লোকেশ ৰাহুলে৷ প্রথম অৱস্থাত তেওঁক জিৰণি লোৱাৰ বাবে সন্মতি দিছিল যদিও এতিয়া ব’র্ডে সেই ছুটী দিবলৈ…

পথত গাঁত : ‘লোকনির্মাণ’ক ফটো তুলি দিবলৈ মুকলি হ’ব এপ

🔹 আশাৰ বার্তা লৈ ফেচবুক লাইভত সদৰী মুখ্যমন্ত্রী ড০ শর্মাৰ বিশেষ বাৰ্তা, ১২ জানুৱাৰী : পথত গাঁত দেখিলেই ৰাইজে যাতে লগে লগে ফটো মাৰি লোকনির্মাণ বিভাগক অৱগত কৰিব পাৰে, তাৰ বাবে অচিৰেই এটা এপ মুকলি কৰিব চৰকাৰে৷ প্রথম পর্যায়ত গুৱাহাটী,…