ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে অসম সন্তান টকজীৰ কাথাৰ দলে
নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ জীৱনৰ মাত্ৰ সাতটা বসন্ত স্পৰ্শ কৰোতেই নিজৰ স্ব-প্ৰতিভাৰে দেশৰ সাংস্কৃতিক প্ৰেমী, বলিউদৰ তাৰকা শিল্পীৰ অন্তৰ জয় কৰিবলৈ সক্ষম হোৱা অসম সন্তান টকজীৰ কাথাৰ দলে শেহতীয়াকৈ পুণৰ শিখৰৰ দিশে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ৷ইতিমধ্যে মায়ানগৰী মুম্বাইত কালাৰ্চ টিভিৰ দ্বাৰা ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হৈ থকা ৰিয়েলিটী শ্ব' Dance Deewane…
Read More...