ঘোষণা বহুচৰ্চিত American Music Awards, জানক বঁটা বিজয়ীৰ সবিশেষ
ঘোষণা বহুচৰ্চিত American Music Awards , জানক বঁটা বিজয়ীৰ সবিশেষ
২০২৫ চনৰ আমেৰিকান মিউজিক এৱাৰ্ডত কালি লাছ ভেগাছত অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত উদ্যোগটোৰ কিছু জনপ্ৰিয় শিল্পীক সন্মান জনোৱা হয়।
তিনিবাৰৰ American Music Awards বিজয়ী কেণ্ড্ৰিক লামাৰে এই বছৰ ১০টা মনোনয়ন লাভ কৰি সৰ্বাধিক মনোনয়ন লাভ কৰিছিল যদিও শেষত প্ৰিয় হিপ-হপ গীতৰ বাবে এটা বঁটাহে…
Read More...