ছলমান খানৰ টাইগাৰ ৩ৰ বক্স অফিচত আলোড়ন
🔹 ছবিগৃহত ফটকা ফুটালে উন্মাদ অনুৰাগীয়ে
বিশেষ বাৰ্তা, ১৪ নৱেম্বৰ : ছলমান খানৰ টাইগাৰ ৩-এ শ্বাহৰুখ খান-ছানী দেউলৰ ‘জোৱান’-‘গদ্দৰ ২’ৰ অভিলেখ ভংগ কৰে। টাইগাৰ ৩ ছবিখনে বক্স অফিচত ঢৌ তুলিছে। মাত্ৰ দুদিনতে ছবিখনে ১০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিলে। দীপাৱলীত ছলমান খানৰ টাইগাৰ ৩ ছবিগৃহলৈ আহে । মুক্তিৰ লগে লগে ছবিখনে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছে। বক্স…
Read More...