সৰ্বভাৰতীয় কথক নৃত্য প্ৰতিযোগিতাত উজলিল ধুবুৰীৰ হিমাশ্ৰী
নিয়মীয়া বাৰ্তা, ১৬ মে' : দিল্লীৰ নয়ডাত আয়োজিত সৰ্বভাৰতীয় পৰ্যায়ৰ কথক নৃত্য প্ৰতিযোগিতাত উজলি উঠি অসম তথা গৌৰৱ কঢ়িয়াই আনিলে ধুবুৰীৰ গৌৰীপুৰৰ জীয়ৰী হিমাশ্ৰী শৰ্মাই। নয়ডাত অনুষ্ঠিত হোৱা যুৱ মহোৎসৱত আয়োজিত কথক নৃত্যৰ সেই প্ৰতিযোগিতাখনত হিমাশ্ৰীয়ে প্ৰথম স্থান লাভ কৰি বঁটাৰূপে সোণৰ পদক লাভ কৰে।
উল্লেখ্য যে, গৌৰীপুৰৰ প্ৰয়াত হিৰণ শৰ্মা আৰু…
Read More...