আজিৰে পৰা ‘ৰং’ৰ পর্দাত নতুন ধাৰাবাহিক ‘বৃষ্টি’
🔹 মৈত্রী গোস্বামীৰ কাহিনী, প্রণৱ বৰুৱাৰ চিত্রনাট্য
ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ আগষ্ট : ‘নিবিড় মায়াৰে’ৰ অপাৰ সফলতাৰ পাছত প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ জনপ্রিয় বিনোদনধর্মী চেনেল ‘ৰং’–এ লৈ আহিছে এখন নতুন ধাৰাবাহিক ‘বৃষ্টি’৷ বৃষ্টিত দর্শকে দেখা পাব বর্তমান সময়ত জটিল জীৱনটোক কেনেকৈ সৰল কৰি জীৱনটো উদযাপন কৰিব পাৰি৷ জীয়াই থকা সময়খিনিত মৃত্যুক…
Read More...