চিকিৎসা ব্যয় আদায় নিদিলে ৰাখি থ’ব নোৱাৰিব ৰোগী–মৃতদেহ
🔹 নার্ছিং হোমৰ বিৰুদ্ধে কঠোৰ ৰাজ্য চৰকাৰ
বিশেষ বাৰ্তা, ১৯ জুন : চিকিৎসা ব্যয়ৰ টকা আদায় দিব নোৱাৰিলে ৰোগীক অতিৰিক্ত দিন থাকিবলৈ বাধ্য কৰোৱা বা মৃতদেহ পৰিয়ালক গতাই নিদিয়া নার্ছিং হোমৰ বিৰুদ্ধে কঠোৰ হ’ব ৰাজ্য চৰকাৰ৷ এই সন্দর্ভত দুই–এদিনতে কেবিনেটত আলোচনা কৰি ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত গ্রহণৰ দিশে অগ্রসৰ হৈছে৷- কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব…
Read More...