নলবাৰীত দুর্বৃত্তৰ আক্রমণত আছু নেতাৰ মৃ*ত্যু
নলবাৰীৰ গংগাপুৰত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত ঠাইতে নিহত হয় ছাত্ৰ নেতা মাধুৰ্য বৰ্মন। তদুপৰি তেওঁৰ লগত থকা মাহীয়েকৰ ছোৱালী মৃদুমুদ্ৰা ডেকাও দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয়।
ঘটনাৰ বিৱৰণীত প্ৰকাশ যে যোৱা কালি মাধুর্য বর্মনৰ গংগাপুৰত থকা মাহীয়েকৰ ঘৰত এটা সৰু অনুষ্ঠান আছিল। ছাত্ৰ নেতা মাধুৰ্যই মাহীয়েকৰ ছোৱালী…
Read More...