৫০ বছৰতো কংগ্ৰেছ-ৰ ইঞ্জিন থকাৰ সম্ভাৱনা নাই : মন্ত্ৰী জয়ন্ত মল্ল
নিয়মীয়া বাৰ্তা ডিজিটেল, ১ মে' : ইঞ্জিন নোহোৱাকৈ চলিছে কংগ্ৰেছ। জয়ন্ত মল্ল বৰুৱাৰ এই মন্তব্য। অঞ্চল এটাত যেতিয়া সমস্যা থাকে, তেতিয়া সেই অঞ্চলটোক নেতৃত্ব দি ভাল লাগে। কাৰণ সমস্যাবিলাক সমাধান কৰাটোৱেই আমাৰ চৰকাৰৰ মূল দায়িত্ব।- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ।
আজি নলবাৰীৰ ঘোগাত পঞ্চায়ত নিৰ্বাচনৰ এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰাইজক…
Read More...