দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ ড০ হিমন্ত বিশ্ব শৰ্মাৰ
ডিজিটেল ডেস্ক, ১২ মে' : এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰ'ল সমগ্ৰ দেশবাসী। সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত অভিলেখ জনাদেশৰ পিছত ইতিহাস সৃষ্টিৰে দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে মঙলবাৰে শপতগ্ৰহণ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই । শপতগ্ৰহণৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে শক্তিপীঠ মা কামাখ্যা ধাম আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চৰণত সেৱা জনাই আশীৰ্বাদ…
Read More...