চাৰিদুৱাৰত কালনী নৈৰ বানৰ কবলত মোলানপুখুৰী
নিয়মীয়া বাৰ্তা, ৩১ মে : বানৰ কৱলত শোণিতপুৰৰ চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনৰ বালিপৰাৰ ৩ নং মোলানপুখুৰী গাঁও। কালনী নৈৰ বানত কলৱত বহু লোকৰ বাসগৃহ ,মোলানপুখুৰীৰ মূল পকীপথ । পথৰ ওপৰেৰে হোৰা-হোৰে বাগৰিছে পানী , ঠায়ে ঠায়ে ক্ষতিগ্ৰস্ত হৈছে নৱনিৰ্মিত পকী পথটো।
পানী সোমাইছে ২ নং মোলানপুখুৰী প্ৰাথমিক বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰৰ চৌহদতো । ১৫নং…
Read More...