কাছাৰত চাৰি বছৰীয়া কন্যা শিশুৰে অপকৰ্ম লম্পট যুৱকৰ
ডিজিটেল ডেস্ক, ২ জুলাই : কাছাৰৰ ধলাইৰ পানিভৰা পুৰুৰথল পুঞ্জীত সংঘটিত হয় এক ভয়ংকৰ আৰু চাঞ্চল্যকৰ ঘটনা। ৪ বছৰীয়া এটি কন্যা শিশুৰে অপকৰ্ম কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে প্ৰদীপ কালিন্দী নামৰ এক লম্পট যুৱকক।
অভিযোগ মতে, ৪ বছৰীয়া কন্যা শিশুটিক ঘৰত অকলে থৈ মাতৃয়ে কাষতে থকা জংঘলত খৰি আনিবলৈ গৈছিল ৷ সেই সুযোগ গ্ৰহণ কৰি ঘৰত প্ৰৱেশ কৰি কন্যা শিশুটিৰে অপকৰ্ম কৰে…
Read More...