চিমেন নদীত উটি গ’ল ৪জন, অৰুণাচললৈ ৰে’ল চলাচল বন্ধ
ধেমাজি জিলাত বান পৰিস্থিতিয়ে ক্ৰমাৎ অধিক জটিল ৰূপ ধাৰণ কৰিছে। সোমবাৰে চিমেনমুখত উফন্দি অহা চিমেন নদীৰ প্ৰবল সোঁতত ৪জন লোক উটি যোৱাৰ ঘটনা সংঘটিত হয়।
নদীৰ পাৰৰ লোকসকলে কৰা এক চাঞ্চল্যকৰ ভিডিঅ'ত দেখা যায়, প্ৰবল সোঁতৰ মাজত এজন লোকে জীৱন ৰক্ষাৰ বাবে সহায় বিচাৰি হাত জোকাৰি আছিল। ঘটনাৰ পিছত ৩জনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও চতুৰ্থজনৰ এতিয়াও কোনো…
Read More...