মানস প্ৰতিম দত্তৰ ‘সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি’ উন্মোচন
নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰ : প্ৰকৃতিয়ে আমাক জীয়াই থকাৰ সকলো উপাদান আৰু সম্পদেই যোগান ধৰে। কিন্তু যেতিয়াই এই উপাদানসমূহ লগাতকৈ অধিক ব্যৱহাৰ কৰি প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিম তেতিয়াই প্রকৃতিলৈ ভাবুকি নামি আহিব। প্রকৃতিলৈ ভাবুকি অহা মানে মানুহৰ ভৱিষ্যতলৈ ভাবুকি অহা। বৰ্তমান সবাতোকৈ গুৰুত্ব দিবলগীয়া যিটো বিষয়ত গুৰুত্ব দিয়া নহয়, সেই বিষয়টোৱেই…
Read More...