আজি আবেলি RCBৰ বিজয় যাত্ৰা – ইতিহাস ৰচিবলৈ সাজু চিন্নাস্বামী ষ্টেডিয়াম
আজি আবেলি RCBৰ বিজয় যাত্ৰা, ইতিহাস ৰচিবলৈ সাজু চিন্নাস্বামী ষ্টেডিয়াম
ৰজত পাটিদাৰৰ অধিনায়কত্বত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দলে প্ৰথমবাৰৰ বাবে আই পি এল খিতাপ দখল কৰিছে। চূড়ান্ত খেলখনত বেংগালুৰুৱে পঞ্জাব কিংছক ৬ ৰানত পৰাস্ত কৰে। ইয়াৰ পিছত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত এই বিজয় উদযাপন কৰা হয়। কিন্তু আজি আই পি এলৰ ট্ৰফী লৈ বেংগালুৰুত…
Read More...