নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৈতৰণী এটি পৰিচয়

-শচীন শর্মা

মণিকা দেৱীক সাম্প্রতিক অসমীয়া গল্পৰ পাঠকৰ আগত চিনাকি কৰি দ্বিলগীয়া নাম নহয়৷ প্রায় আঠখন গল্পপুথি প্রকাশৰ লগতে সাম্প্রতিক অসমীয়া আলোচনী, াতৰিকাকত ইত্যাদিত দেৱীৰ গল্প নিয়মীয়াকৈ প্রকাশ হৈ আহিছে৷ সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ, মুনীন ৰকটকী ইত্যাদি সন্মানীয় টাৰ যোগেদি সন্মানিত হৈও গল্পকাৰ হিচাপে মণিকা দেৱীয়ে যশস্যা লভিছে৷ শেহতীয়াকৈ ২০২০ চনৰ ডিচেম্বৰত প্রকাশ পোৱা মণিকা দেৱীৰ বৈতৰণী শীর্ষক গল্পসংকলনটোত মুঠ ৮টা গল্প সন্নিৱিষ্ট হৈছে৷ ডক্ত সংকলনটোত প্রকাশ পোৱা গল্পকেইটাৰ আলোচনাৰ অর্থে এই আলোচনাটো প্রস্তুত কৰা হৈছে৷ পূবায়ন প্রকাশনে প্রকাশ কৰা গ্রন্থখনৰ পৃষ্ঠা সংখ্যা ১২৭ আৰু গ্রন্থখনৰ মূল্য ১৭০ টকা৷ ‘মণিকা দেৱীৰ গল্প’ শীর্ষক লেখিকাৰ গল্প সম্পক্য় অমামিকা ৰাই কৰা এটি আলোচনাও ইয়াত সংযোজিত হৈছে৷
সংকলনটোৰ প্রথম গল্পটোৰ নাম হৈছে বৈতৰণী৷ গল্পটোত ন্দুলী আৰু গণ্ডাই নামৰ এহাল মানুহৰ পৰম্পৰাগত কাহিনী এটা ডপস্থাপনৰ চেষ্টা কৰিছে লি প্রথমৰ পৰা পাঠকৰ ধাৰণা হয় যদিও ইয়াৰ সামৰণিত কিন্তু লেখিকাই কৌশল খটুৱাই মর্মান্তিক পৰিণতি এটাৰ সন্মুখলৈ পাঠকক লৈ গৈছে৷ গল্পটো পঢ়ি যাওঁতে পাঠকৰ মনত পৰিণতিৰ যি ধাৰণা গঢ় লৈ ডঠ্বি সেই ধাৰণাৰ সলনি কিন্তু লেখিকাই কৌশলেৰে তাৰ ঠাইত এটি অভিনৱ মর্মান্তিক সামৰণিৰ মুখামুখি কৰ্বি৷ এই মর্মান্তিক সামৰণিটোৰ যোগেদি পাঠকক লেখিকাই এক মুহূর্তৰ ােব স্তব্ধ কৰি তুল্বি৷ গল্পটোৰ পৰিণতিৰ ােব আচলতে কাক দোষী সজোৱা যাব? গণ্ডাই নে ন্দুলী? নাৰী হিচাপে ন্দুলীৰ ফালে ভাবৰ তুলাচনীয়ে কিছু জোৰ টানে যদিও তাই দিয়া ৰামঠগনটো জানো পাহৰ্বি পাৰি? ইপিনে পা–পৰিয়ালে ভৰা ঘৰখন এৰি গণ্ডায়ে জানো এই কামটো নকৰা হ’লেও নহ’লহেঁতেন৷ আকৌ যদি ন্দুলীৰ প্রতি ইমানেই বিদ্বেষ, তেন্তে পৰিয়াল ঢ়ালে কিয়? নে ন্দুলীৰ ছল কৰি বিয়াৰ বৈতৰণী পাৰ হোৱাৰ চেষ্টাই আছিল আটাইতকৈ ভুল সিদ্ধান্ত? আটাইতকৈ আশ্চর্যকৰ কথাটো হ’ল এইেবাৰ বিচাৰৰ পৰা লেখিকাই হু দূৰত অৱস্থান কৰিছে৷ এইখিনিতে লেখিকাৰ পৰিপক্বতা মন কৰ্বি পাৰি৷ ভাষাৰ সুন্দৰ আৰু কাহিনীয়ে দাবী কৰা ধৰণৰ প্রয়োগে গল্পটোক নতুনত্ব দিছে৷ পৰিস্থিতি নির্মাণত চমকপ্রদ সফলতাৰ দিশটোৱে পিছে কাহিনীৰ গঠন আৰু বিশ্বাসযোগ্য হোৱাত কিছু াঘাত জন্মোৱাৰ দৰে েবাধ হ’ল৷ কাহিনীৰ ডপস্থাপন পিছে মন কৰ্বিলগীয়াকৈ সুন্দৰ৷
বৈতৰণীৰ দ্বিতীয় গল্পটোৰ নাম সখী সুভগা৷ গল্পটোত বিৰজা নামৰ এগৰাকী লোকৰ ঘৰে ঘৰে নকৰা মহিলাৰ জীৱনৰ এটা পৰিস্থিতি ণনা কৰা হৈছে৷ গল্পটোত কন্যাকাল প্রাপ্তিৰ লগত জডিত লোককথা আৰু লোকাচাৰ, কন্যাকাল প্রাপ্তিৰ লগে লগে এতিয়াও সমাজ এখনত সৃষ্টি হোৱা াতাৱৰণ, ছেল্ফি লোৱাৰ প্রসংগেৰে পৰিৱর্তিত সমাজ এখনৰ প্রসংগ সুন্দৰ ৰূপত ডপস্থাপিত হৈছে৷ ইয়াৰ ডপৰি বিৰজাৰ যোগেদি তমানো অসমত চলি থকা নিম্নবিত্ত মানুহৰ ঘৰুৱা হিংসাৰ চিত্র আৰু অকল্পনীয় সামৰণিৰ ােব গল্পটোত লেখিকাৰ নির্মাণ শৈলী আৰু বিষয়ৰ স্পর্শকাতৰতাত শলাগ ল’ লাগ্বি৷ গল্পটোৱে কেইবাটাও দিশত গুৰুত্ব দাবী কৰে৷ সেইেবাৰ হ’ল– প্রাকৃতিক পৰিৱেশ ণনাত লেখিকাৰ দক্ষতা, সমাজত আজিও র্তি থকা শ্রেণী বৈষম্যৰ ৰেঙনি, নিম্নবিত্ত বিশেষকৈ লোকৰ ঘৰত নকৰা মহিলাৰ দৈনন্দিন সমস্যাজর্জৰ অৱস্থা আৰু সর্েবাপৰি তমান সময়ত সমাজত নিম্নস্তৰলৈকে মাদক–দ্র্ব্য আৰু নিষিদ্ধ ড্রাগছে এটি প্রজন্ম ধবংসত কিদৰে অৰিহণা যোগাইছে তাৰ স্পর্শকাতৰ আৰু মিত্ব্যয়ী আলোচনাই গল্পটোক ডৎকৃষ্টৰ শাৰীলৈ তুলিছে৷ ইয়াৰ লগতে এইসমূহ দ্র্ব্যৰ যোগনীয়াৰ হিচাপে ৱহাৰ হোৱা মানুহচামৰ কথাও লেখিকাই ইংগিতেৰে পাঠকৰ আগলৈ আনিছে৷ কাহিনীতকৈ ঘটনাত প্রাধান্য দিয়াৰ ােব গল্পটো সুখপাঠ্য হৈ ডঠিছে৷
সংকলনটোৰ তৃতীয় গল্পটোৰ নাম হৈছে ইম’জী৷ আধুনিক স্ত মানুহৰ জীৱনৰ এটি মর্মান্তিক সত্যৰ আধাৰ হিচাপে এই গল্পটো ৰচিত হৈছে৷ অন্যান্য গল্পেবাৰৰ দৰে এইটো গল্পত ভাষা, কাহিনী আৰু পৰিস্থিতিৰ আশ্চর্যকৰ বৈচিত্র্য নাই যদিও নিঃসংগ মানুহ, ম’াইল ফোনে বিপন্ন কৰ্বি খোজা এটা প্রজন্মৰ চিত্রৰ লগতে ছ’চিয়েল মিডিয়ার্স্বস্ব এখন সমাজ সৃষ্টি কৰাত লেখিকাৰ প্রতিভা স্মৰণীয় হৈ থাক্বি৷ গল্পটোত নিঃসংগতাই কিদৰে মানুহক মানুহৰ পৰা আঁতৰাই ন্বি পাৰে তাক কৌশলেৰে গল্পকাৰে ডপস্থাপন কৰ্বি খুজিছে৷ ৰুমকিয়ে তাইৰ বিশেষভাৱে সক্ষম ল’ৰাটোৰ হেজাৰটা সমস্যা সমাধানৰ ডপায় হিচাপে আৱিষ্কাৰ কৰিলে ম’াইলটো৷ লাহে লাহে ল’ৰাটো ম’াইল অবিহনে থাক্বি নোৱৰা হ’ল৷ আজিৰ এটা প্রজন্মক ম’াইলে কিদৰে বিপন্ন কৰি তুলিছে তাৰ ণনাৰ লগতে লেখিকাই নিঃসংগতাই বিপন্ন কৰা মহিলা ৰুমকিৰ কথাও সমানে গুৰুত্বসহকাৰে ডপস্থাপন কৰিছে৷ ইয়াৰ লগতে ‘অসম্বন্ধ’ আৰু আন্দোলনেৰে ডত্তাল ৰাস্তা–ঘাটৰ প্রসংগটোৰে অসমৰ ইতিপূর্েব হৈ যোৱা ডত্তাল পৰিস্থিতিটোৰ হয়তো ইংগিত দ্বি বিচাৰিছে৷ সু–সংহত কাহিনীৰ পৰিৱর্তে ঘটনাৰ খণ্ডচিত্রৰে গল্পলেখনৰ গল্পকাৰৰ দক্ষতাৰ ডদাহৰণ এই গল্পটো৷ ভাব প্রকাশৰ অৱলম্বন হৈ পৰা ‘ইম’জী’ৰ প্রসংগ তমান সময়ৰ ইংগিত৷ মিত্ব্যয়ী ভাষা গল্পটোৰ বিশেষ সুষম ডপকৰণ৷
আশাধাৰী শীর্ষক চতুর্থটো গল্প সন্তান প্রসৱ কৰাৰ প্রসংগত পৰম্পৰা আৰু নতুনৰ মাজত হোৱা এলানি দ্বন্দ্বৰ কাহিনী৷ গ্রাম্য সমাজ এখনত সন্তান এটি জন্মৰ েবলিকা আজিও চিকিৎসকৰ কাষ চপাৰ পৰিৱর্তে তাৰ লগত জডিত সামাজিক লোকাচাৰৰ ওপৰত গুৰুত্ব দি মাক–সন্তানৰ ভৱিষৎ বিপন্ন কৰাৰ কাহিনী গল্পটোৰ ডপজীব্য৷ গল্পটোৰ এটি অকথিত কাহিনীও চৰিত্রৰ ভাবনাত লীন গৈ আছে৷ সেয়া হৈছে মাদল আৰু আশাৰ লিৰ ােব দৰ্ব অনাৰ ছল চাই গঢ় লৈ ডঠা সম্পর্কটোৰ কাহিনী৷ এইটো গল্পৰো ভাষা আৰু ডপস্থাপন শৈলী অতি মনোৰম৷ কাব্যিক সামৰণি অন্য এটি মন কৰ্বিলগীয়া দিশ৷ গল্পটোৰ নাম যিহেতু আশাধাৰী গতিকে লেখিকাই পাঠকক কিছু কথা ভ্বাৰ হয়তো অৱকাশ দিছে৷ হয়তো আশা আৰু মাদলৰ পিছত লগালগি হোৱাৰ ক’ৰ্বাত সম্ভ াৱনা লেখিকাই পাঠকৰ মনলৈ ঠেলিছে৷ নাইবা েবাৱাৰীয়েকৰ পোহন বিয়াৰ শাৰীখন ন্দাই কিজানি আশাক দিয়েই দিলে– এনে ভােবও পাঠকৰ মনত ভুমুকি মাৰ্বি পাৰে৷ অৱশ্যে পিছত হাস্পতাললৈ ন্বি লাগিছিল া আশাক খ্বৰ নিদিয়াক লৈ ন্দাৰ মানসিক অৱস্থা প্রকাশৰ অংশটোৰ যোগেদি কিছু ৰসভংগ হোৱাৰ দৰে েবাধ হ’ল৷ গল্পটোৰ পৰিপক্ব কাহিনী, গ্রাম্য জীৱনৰ নিখুঁত চিত্র আৰু আকর্ষণীয় ভাষাই গল্পটোক ভাল গল্পৰ শাৰীলৈ তুলিছে৷ বৈতৰণীৰ পঞ্চম গল্প হাকিম এটি সুখপাঠ্য গল্প৷ হাকিম নামৰ এটি কিশোৰে অংক বিষয়টোৰ পৰা পৰিত্রাণ বিচাৰি হাহাকাৰ কৰি ফুৰিছিল৷ কিন্তু ঘটনাৰ পাকত পৰি তাৰ সুকলেই এৰা পৰিল৷ গল্পটোত কিশোৰ মনস্তত্ত্বৰ বিশ্লেষণ এটি ডৎকৃষ্ট দিশ৷ হাকিম নামৰ কিশোৰ চৰিত্রটিৰ মনৰ সূক্ষ্ম আৰু ভাবনাৰ এক্বোৰে তলিলৈ পাঠকক লৈ যোৱাত গল্পকাৰৰ প্রতিভাত আমি ত্বধ মান্বি লাগ্বি৷ কিশোৰ মনস্তত্ত্বৰ সূক্ষ্ম বিশ্লেষণৰ প্রয়াস কৰাৰ লগতে গল্পকাৰে সৰল গ্রাম্য জীৱন, কি পৰিস্থিতিত কিশোৰ এটা মনৰ দুৱাৰ খুলি সৌন্দর্য দেখাৰ য়সত সৰু পৰিস্থিতি এটাৰ যোগেদি বিপন্ন এটি ভৱিষ্যৰ ফালে গতি কৰ্বি পাৰে তাক আলোচনাৰ ােব এটি প্রেক্ষাপট নির্মাণৰ প্রয়াস কৰিছে৷ ওপৰে ওপৰে গল্পটোত সৰু পৰিস্থিতি এটা ণনাৰ প্রয়াস যেন লাগিলেও, গল্পকাৰৰ সামাজিক দায়বদ্ধতাৰ কথাটো গল্পটোৰ যোগেদি পোহৰলৈ আহিছে৷ জটিলতাহীন ভাষা, স্পর্শকাতৰ প্রসংগ আৰু সুন্দৰ ডপস্থাপন শৈলীৰ ােব গল্পটোৰ বিশেষ মূল্য থাক্বি৷ সর্েবাপৰি সৰু যেন লগা ঘটনা এটাক এটি াপক পৰিমণ্ডলেৰে গল্প নির্মাণত গল্পকাৰৰ দক্ষতা বিশেষভাৱে শলাগনীয়৷
ষষ্ঠ গল্প জাল দৈর্ঘ্যৰ ফালৰ পৰা এটি চুটি গল্প৷ ইতিমধ্যে মনোজ চক্রৱর্তীৰ নির্দেশনাত ডক্ত গল্পটোৰ পৰা এখন সুন্দৰ চুটি ছবিও নির্মাণ হৈছে৷ ওৰেনিশা মায়াময় আন্ধাৰত হি হি জাল গুঠি থকা এজন মানুহৰ কাহিনী গল্পটোত র্ণিত হৈছে৷ গল্পটোতব্বিাহোত্তৰ সম্পর্কই পৰিয়াল এটা কিদৰে বিপন্ন কৰি তোলে তাৰ ণনা গল্পটোত আছে৷ এটি সৰু ঘটনাৰ পৰাই আঁহ–পাহ মেলি এটা নিটোল পূর্ণাংগ কাহিনী কিদৰে নির্মাণ হ’ পাৰে তাৰ ণনাৰে এই গল্পটোৰ যোগেদি পাঠকৰ মনত ৰেখাপাত কৰ্বি৷ এই চুটি গল্পটোত পাৰিপার্শ্বিক অৱস্থা এটাৰ চিত্রণত লেখিকা সফল হৈছে৷ মানুহৰ দৰে প্রকৃতিও এটি চৰিত্রৰ দৰে মূর্ত কৰি তোলাত লেখিকাৰ দক্ষতা মন কৰ্বিলগীয়া৷ কাব্যিক ণনাই গল্পটোক বিশেষ মাত্রা দিছে৷ এগৰাকী নতুন মানুহৰ লগত ঘৰ কৰাৰ মানসেৰে হত্যা কৰা মানুহজনীয়ে কৰ্বিলৈ কোৱা কামটো কৰি থকাৰ ণনাই পাঠকৰ মর্ম স্পর্শ কৰ্বি৷ গল্পটোত নামহীন চৰিত্রৰ যোগেদি পশুতুল্য মানুহৰ সর্াবজনীনতাৰ কথাটোৰ ইংগিত পোৱা যায়৷ জাল শীর্ষকেৰে বিবিধ ঞ্জনা সৃষ্টিৰ যোগেদি গল্পটোক গল্পকাৰৰ সার্থক গল্পেবাৰৰ শাৰীলৈ তুলিছে৷
বৈতৰণীৰ সপ্তম গল্প আওবাটৰ জালাবটা এটি সার্থক আৰু ৰসোত্তীর্ণ গল্প৷ ক’ৰোনা সংক্রমণৰ প্রথম প্বত মানুহৰ মাজত সৃষ্টি হোৱা সংশয় আৰু ডৎকণ্ঠা গল্পটোৰ মূল ক্ত্ব্য৷ জয়ন্তী ঢ়ীয়ে গাঁওখনত সন্তান জন্মৰ ােব বিলোৱা জালাবটা কৰি বিলাই ফুৰাৰ দায়িত্ব পালন কৰ্বিলৈ গৈ ক’ৰোনাৰ সংক্রমণ কৰাৰ আশংকা গল্পটোৰ প্রধান বিষয়৷ ক’ৰোনাৰ প্রথম ঢ়ৌৰ সময়ত মানুহৰ েবপৰোৱা স্বভাৱ, ক্ষুদ্রৰ পৰা হতলৈকে স্বাস্থ্যকম্ৰ বর্ণনীয় আলৈ–আহুকাল, তমানৰ অসমৰ গ্রাম্য সমাজ একোখনত সামান্য সজাগতা এটা সৃষ্টিৰ ােব হোৱা চৰকাৰী মানুহৰ বিলৈ ইত্যাদি দিশেবাৰ লেখিকাই সার্থক ৰূপত তুলি ধৰিছে৷ চিত্রপট ণনা আৰু মেদহীন ভাষাই গল্পটো অধিক সুখপাঠ্য কৰি তুলিছে৷ সমসাময়িক সময় আৰু পৰিস্থিতিৰ প্রতি লেখিকা হিচাপে থাক্বি লগীয়া সচেতনতা আৰু দায়্বদ্ধতাৰ দিশটো গল্পটোৰ যোগেদি পোহৰলৈ আহিছে৷ সুন্দৰ কথন শৈলীয়ে গল্পটোক সুখপাঠ্য কৰাত লেখিকাই দক্ষতা দেখুৱাইছে৷ ভাষা নির্মাণত এইটো গল্পটো লেখিকাই চমক সৃষ্টি কৰ্বি পাৰিছে৷
শেষৰটো গল্প টুবুকী এটি মর্মান্তিক গল্প৷ বিশেষ বিষয় া পৰিস্থিতিৰ মিল নাই যদিও গল্পটোৱে ঋতুপর্ণ ঘোষৰ ‘াৰীৱালী’ চিনেমাখনলৈ মনত পেলাই দ্বি পাৰে৷ চিত্রপট ণনা আৰু নিম্নবিত্ত মানুহক কৰা প্রচণ্ড শোষণৰ চিত্রই গল্পটো সমৃদ্ধ কৰিছে৷ গল্পটোত গ্রাম্য সমাজত ৰাজনৈতিক সুযোগ–সুবিধাৰ অচিলা লৈ ঘটি থকা দুন্তিৰ কথাটোত বিশেষ গুৰুত্ব দিয়া হৈছে৷ পক্ষপাতহীন ণনাই গল্পটোক বিশেষ আয়তন প্রদান কৰিছে৷ ইফালে, প্রযুক্তি আৰু আধুনিক অৱস্থা এটাই তমানো গ্রাম্য সমাজ এখনত কিদৰে শোষণ কৰ্বি পাৰে তাৰো সংশয় লেখিকাৰ ভাবত ক্ত হৈছে৷ নিম্নবিত্ত মানুহৰ জীৱন আৰু গ্রাম্য ৰাজনীতিৰ নিকৃষ্ট ছবি গল্পটোত সুন্দৰ ৰূপত ডপস্থাপন কৰা লেখিকাৰ নিঃসন্দেহে এইটোও এটি ডৎকৃষ্ট গল্প৷
মণিকা দেৱীৰ গল্প সংকলন বৈতৰণীত সন্নিৱিষ্ট গল্পকেইটাৰ চমু পৰিচয় প্রদানৰ অন্তত আমি লেখিকাৰ গল্প সম্পর্কে কিছু ধাৰণা লাভ কৰ্বিলৈ সক্ষম হ’লোঁ৷ প্রচণ্ড পৰিণতিমুখী গতি দেৱীৰ গল্পেবাৰৰ এটি ডল্লেখযোগ্য বৈশিষ্ট্য৷ সৰু প্রসংগ এটায়ো গল্প কিছুমানত পৰৱর্তী সময়ত বিশেষ ভূমিকা পালন কৰে৷ ডদাহৰণ হিচাপে ‘আওবাটৰ জালাবটা’ৰ পায়খানাৰ কথা আৰু ‘বৈতৰণী’ গল্পটোৰ পূজা কৰা শিলটোৰ কথা ক’ পাৰি৷ সৰু যেন লগা গ্রাম্য পৰিস্থিতি এটাৰো লেখিকাই গল্পত ণাঢ়্যৰূপে ডপস্থাপন কৰে৷ ইয়াৰ ডদাহৰণ হিচাপে ‘আওবাটৰ জালাবটা’ গল্পৰ জালাবটাকণৰ লগে লগে মেল খাই যোৱা আঁহ–পাহেবাৰৰ কথা ক’ পাৰি৷ গল্পেবাৰৰ গতিত লেখিকাই শেষত এটি অনাকাংক্ষিত পৰিণতিৰ পিনে পাঠকক লৈ যায়৷ গ্রাম্য পটভূমি চিত্রণত লেখিকাৰ পৰিপক্বতা আৰু পাঠকৰ সকলো পূবানুমান মিছা কৰি গল্পৰ শেষত কাহিনীৰ েবলেগ মোৰ দিয়াত গল্পকাৰ মণিকা দেৱীৰ দক্ষতা চমকপ্রদ ল্বি পাৰি৷ ইয়াৰ লগতে পৰিৱেশ ণনা আৰু চৰিত্রৰ মনঃসমীক্ষণত লেখিকাৰ সৃষ্টিশীলতা স্মৰণীয় হৈ ৰ’৷ ভাষা নির্মাণত লেখিকাৰ দক্ষতাত কোনো সন্দেহৰ থল নাই৷
    ফোন- ৯৬৭৮৮–৭৬৬৩২

You might also like