দিছপুৰ ছুপাৰ মাৰ্কেটত গোৱালপাৰীয়া লোকগীতৰ কৰ্মশালা
নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ ডিচেম্বৰঃ প্ৰতিমা বৰুৱা পাণ্ডে কলাকৃষ্টি প্ৰতিষ্ঠানৰ উদ্যোগত ২৭ ডিচেম্বৰত গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু বাৰ্ষিকী দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে দিছপুৰ ছুপাৰ মাৰ্কেটত উদযাপন কৰা হ’ব৷ ইয়াৰ লগত সংগতি ৰাখি উদযাপনৰ পূৰ্বে ২২ আৰু ২৩ ডিচেম্বৰত গোৱালপাৰীয়া লোকগীতৰ এক কৰ্মশালাৰ আয়োজন কৰা হৈছে৷ শিল্পী জবা…
Read More...