গুৱাহাটীৰ সংগীতা ৰাভাৰ শিৰত ২০২৬ বৰ্ষৰ ‘বিহু সম্ৰাজ্ঞী’ৰ মুকুট
ডিজিটেল ডেস্ক, ১৮ এপ্ৰিল : গুৱাহাটীৰ সংগীতা ৰাভাৰ শিৰত জিলিকিল লতাশিলৰ ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীৰ ২০২৬ বৰ্ষৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ। ৰাজ্যৰ অন্যতম ঐতিহ্যমণ্ডিত ৭৫ সংখ্যক গুৱাহাটী বিহু সন্মিলনীৰ ২০২৬ বৰ্ষৰ ফলাফলসমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত অনুষ্ঠিত এই গৌৰৱোজ্জ্বল প্ৰতিযোগিতাত বহু প্ৰতিভাশালী প্ৰতিযোগীক পিছ…
Read More...