উত্তৰ গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৰোপ ৱে’ৰ ভাৰা ৫০% ৰেহাই
বিশেষ বাৰ্তা, ১৮ জুন : উত্তৰ গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এটা সুখবৰ। অহা এমাহৰ বাবে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে উত্তৰ গুৱাহাটী-গুৱাহাটী সংযোগী ৰোপ ৱে'ৰে পঞ্চাশ শতাংশ ৰেহাই মূল্যত অহা-যোৱা কৰিব পাৰিব। ছাত্ৰ-ছাত্ৰীসকলে স্কুল-কলেজৰ পৰা লাভ কৰা পৰিচয় পত্ৰ দেখুৱালে এই সুবিধা লাভ কৰিব। বৰ্তমান ব্ৰহ্মপুত্ৰ নদীত পানী বৃদ্ধি পোৱা বাবে ছাত্ৰ-ছাত্ৰীসকলে…
Read More...