অসমী চৰচ মেলা ২০২৫-২৬ উদ্বোধন কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিঙৰ
কেন্দ্ৰীয় গ্ৰামোন্নয়ন, কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উপস্থিতিত চৰচ মেলা ২০২৫-২৬ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালিৰ পৰা অহা ৮ মাৰ্চলৈ চলিবলগীয়া এই মেলাত অসমৰ লগতে…
Read More...