বিমানবন্দৰৰ ৰাজনীতি
গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰটো ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰা হৈছে অথবা ইয়াক আদানী গোষ্ঠীৰ হাতত চৰকাৰে বিক্রী কৰি দিয়া বুলি প্রচাৰ কৰি এটা আৱেগিক জাগৰণৰ সৃষ্টি কৰিব বিচৰা হৈছে৷ চান্দাৰ দেশ অসমত এনে প্রতিবাদ আৰু জাগৰণৰ বিভিন্ন চৰিত্র ৰাইজে প্রত্যক্ষ কৰি আহিছে৷ গুৰুত্বপূর্ণ কথা হ’ল যিকোনা প্রতিবাদৰ ভিত্তি হ’ব লাগে সঠিক…
Read More...