অজন্তা নেওগৰ নতুন যাত্রা
প্রায় তিনি মাহ ধৰি ৰাজনৈতিক জল্পনা–কল্পনাৰ অৱসান ঘটাই কংগ্রেছ নেত্রী অজন্তা নেওগে বিজেপিত যোগদান কৰাৰ পথ প্রশস্ত কৰি তুলিছে৷ বিগত দুটা দশকত ৰাজ্যৰ কংগ্রেছৰ ৰাজনীতিত বিশেষ প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা অজন্তা নেওগে দলত্যাগ কৰাক লৈ বিভিন্ন চর্চা চলি আছিল৷ গোলাঘাট জিলা কংগ্রেছৰ সভানেত্রীৰূপে কার্যনির্বাহ কৰা সত্ত্বেও প্রাক্তন মন্ত্রী নেওগ কিছুদিন…
Read More...