আমেৰিকাৰ সাংবিধানিক ইতিহাসৰ ক’লা দিন
যোৱা বুধবাৰে এক অভাৱনীয় ঘটনা সংঘটিত হ’ল আমেৰিকাৰ ৰাজনৈতিক আৰু সাংবিধানিক ইতিহাসত৷ পাহৰিব নোৱাৰা এই ঘটনা সংঘটিত হ’ল বিদায়ী ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ প্রৰোচনাতে৷ ট্রাম্পৰ হাজাৰৰো অধিক সমর্থকে ৱাশ্বিংটন ডি চিৰ ৰাজপথেৰে সমদল কৰি আহি কেপিটল হিলত আক্রমণ চলালে৷ অভূতপূর্ব এই ঘটনাৰ পূর্বে স্বয়ং ট্রাম্পেই সমর্থকসকলক উত্তেজক বক্তব্যৰে প্রৰোচিত কৰিছিল৷ ছিনেট…
Read More...