আমেৰিকাৰ নতুন যুদ্ধ
আমেৰিকাৰ ইতিহাসত সর্বকালৰ বাবে বৃহৎ মহামাৰীৰ টিকাকৰণ অভিযান আৰম্ভ কৰিছে৷ ক’ভিড–১৯ মহামাৰীয়ে দেশখনত সংহাৰ অব্যাহত ৰখাৰ সময়তে দৰব প্রস্তুত কোম্পানী ফাইজাৰ আৰু জার্মানীৰ বায়’এনটেকে যৌথভাৱে প্রস্তুত কৰা ভেকচিনবিধত দেশখনৰ চৰকাৰে অনুমোদন জনোৱাৰ পিছতে একে সময়তে সকলো প্রদেশত ক’ভিডৰ টিকাকৰণ আৰম্ভ কৰিছে আমেৰিকাই৷ যোৱা দেওবাৰে অপাৰেচন ৱার্প স্পীড আঁচনিৰ…
Read More...