বড়ো ৰাজনীতি
নেচনেল ডেম’ক্রেটিক অৱ বড়োলেণ্ড (এনডিএফবি), এবছু আৰু ইউনাইটেড বড়ো পিপলছ অর্গেনাইজেচন (ইউবিপি’)ৰ সৈতে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে যোৱা ২৭ জানুৱাৰীত ত্রিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰাৰ পাছত ব্যাপক উছাহ পৰিলক্ষিত হৈছে বিটিএডিত৷ ত্রিপাক্ষিক চুক্তিত এনডিএফবিৰ চাৰিওটা গোটে স্বাক্ষৰ কৰাৰ ফলত বিটিএডিৰ অন্তর্গত চাৰিখন জিলা আৰু নিকটৱর্তী অঞ্চলসমূহত দীর্ঘদিন ধৰি…
Read More...