সৰস্বতী পূজা
সৰস্বতী পূজা মূলতঃ হিন্দু ধর্মৰ পূজা হ’লেও বাস্তৱ ক্ষেত্রত এই পূজাই ধর্মীয় পৰিসীমা অতিক্রম কৰি এটা সামাজিক অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে আৰু এই অনুষ্ঠানৰ মূল আয়োজক হ’ল ছাত্র সমাজ৷ হিন্দু ধর্ম মতে, সৰস্বতীক বিদ্যা, জ্ঞান আৰু শিক্ষাৰ দেৱী বুলি বিশ্বাস কৰা হৈ আহিছে আৰু অকল ভাৰতীয় পৰম্পৰাগত শিক্ষানুষ্ঠানতেই নহয়, ব্রিটিছৰ দ্বাৰা পৰিকল্পিত ভাৰতীয়…
Read More...