দেশৰ সাধাৰণ নির্বাচন
ভাৰতবর্ষই স্বাধীনতা লাভ কৰাৰ ৪ বছৰৰ পিছত দেশত সাধাৰণ নির্বাচন অনুষ্ঠিত হৈছিল৷ ১৯৫১ চনৰ ২৫ অক্টোবৰৰ পৰা ১৯৫২ চনৰ ২১ ফেব্রুৱাৰীত দেশৰ সাধাৰণ নির্বাচন অনুষ্ঠিত কৰা হৈছিল৷ ভাৰতবর্ষৰ প্রথমটো লোকসভা নির্বাচনত মুঠ ৪৮৯গৰাকী সাংসদক নির্বাচিত কৰিছিল৷ ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধান গৃহীত হোৱাৰ পিছত ১৯৫০ চনৰ মার্চত সুকুমাৰ সেনক প্রথমগৰাকী প্রধান নির্বাচন আয়ুক্ত…
Read More...