বহুদলীয় চৰকাৰৰ সম্ভাৱনা
অষ্টাদশ লোকসভা নির্বাচনৰ ফলাফলে দেশৰ ৰাজনীতিলৈ কেইবাটাও গুৰুত্বপূর্ণ বার্তা বহন কৰিছে৷ দেশৰ ৰাজনীতিত একক ক্ষমতাৰে শাসনভাৰ লাভ কৰাটো যে সহজ নহয়, সেয়া সদ্যসমাপ্ত লোকসভা নির্বাচনে আকৌ এবাৰ প্রমাণ কৰিলে৷ ’৯০ দশকৰ পৰা সুদীর্ঘ আঢ়ৈ দশক ধৰি দেশৰ ৰাজনীতিত বহুদলীয় চৰকাৰৰ গুৰুত্ব বৃদ্ধি হৈছিল৷ দেশত এখন একক সংখ্যাগৰিষ্ঠ দলৰ চৰকাৰ গঠনৰ বাবে প্রয়োজন ২৭২গৰাকী…
Read More...