অনলাইন গেমিং বিল
দীর্ঘসময় ধৰি যুৱপ্রজন্মক অনলাইন জুৱাই আচ্ছন্ন কৰি ৰাখিছে৷ অনলাইন গেমিং প্লেটফর্মসমূহে চলাই অহা হাজাৰ হাজাৰ কোটি টকাৰ লেনদেনক লৈও চলি আহিছে বিভিন্ন বিতর্ক৷ অভিযোগ অনুসৰি এই অনলাইন জুৱাৰ কবলত পৰি অসংখ্য লোক প্রচুৰ আর্থিক ক্ষতিৰ সন্মুখীন হৈছে৷ অনলাইন জুৱা চলাই থকা সংস্থাসমূহে প্রচুৰ লাভৰ মুখ দেখিছে যদিও ইয়াৰ সৈতে জড়িতসকল কিমান লাভান্বিত হৈছে সেয়া…
Read More...