সম্পাদকীয় : সূর্য যান আদিত্য–এল ১
ভাৰতৰ বহুপ্রত্যাশিত প্রথম সূর্য অভিযান আদিত্য–এল ১৷ ২৩ আগষ্ট, ২০২৩ত ইতিহাস সৃষ্টিৰে চন্দ্রৰ দক্ষিণ মেৰু বিজয়ৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে সূর্যলৈ অভিযান আৰম্ভ কৰিব৷ ইতিমধ্যে ইছৰোৱে অহা ২ ছেপ্টেম্বৰত অন্ধ্রপ্রদেশৰ শ্রীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্রৰ পৰা দিনৰ ১১.৫০ বজাত সূর্যগামী আদিত্য–এল ১ উৎক্ষেপণ কৰিব বুলি আনুষ্ঠানিকভাৱে…
Read More...